1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:28 am

আনৰ ফণী ব্যৱহাৰ কৰিলে চুলিৰ কোনো সমস্যাৰ সম্মুখীন হ’ব লাগিব নেকি?

  • Update Time : Tuesday, July 23, 2024

চুলি ফণিৱাবৰ বাবে সকলোৱে নিজা নিজা ফণি ব্যৱহাৰ কৰিব লাগে৷ আনৰ ফমি ব্যৱহাৰ কৰিলে চুলিৰ ভিন্ন সমস্যা হোৱা দেখা যায়৷
. আনৰ ফণীৰে চুলি ফণিয়ালে চুলি সৰাৰ দৰে সমস্যাই দেখা দিব পাৰে৷
. আনৰ ফণীৰে চুলি ফণিয়ালে উফিৰ সমস্যা হ’ব পাৰে৷
. আনৰ ফণী ব্যৱহাৰ কৰিলে আনৰ চুলিৰ যদি কোনো সমস্যা আছে সেই সমস্যা আপোনাৰো চুলিত দেখা দিব পাৰে৷
. সদায় নিজৰ ফণী ব্যৱহাৰ কৰিব৷ আনৰ ফণীৰে চুলি ফণিয়ালে চুলি দীঘল নোহোৱাৰ দৰে অসুবিধাৰ সম্মুখীন হ’ব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme