1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:48 pm

আকৌ খেলিমেলি মেট্ৰিক পৰীক্ষাত, সমাজবিজ্ঞানৰ সলনি আহিল বিজ্ঞানৰ প্ৰশ্নকাকত

  • Update Time : Monday, February 19, 2024

সমাজবিজ্ঞানৰ সলনি আহিল বিজ্ঞানৰ প্ৰশ্নকাকত, শিক্ষাৰ্থীৰ মাজত হাহাকাৰ,
সবিশেষ পঢ়ক লিংকত ক্লিক কৰি

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনাও প্ৰশ্নকাকতৰ বিসংগতি। ‘ডি এন হিমতসিংকা হাইস্কুল পৰীক্ষা কেন্দ্ৰত’ সালসলনি প্ৰশ্নকাকতৰ। সোমবাৰে অনুষ্ঠিত হোৱা সমাজবিজ্ঞানৰ প্ৰশ্নকাকতৰ সলনি আহিল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত। প্ৰশ্নকাকতৰ সালসলনিক লৈ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত লাগিল হাহাকাৰ। দৌৰাদৌৰি লাগিল ডি এন হিমতসিংকা হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ কৰ্তৃপক্ষৰ মাজত। দৌৰাদৌৰিকৈ গৈ থানাৰ পৰা সমাজবিজ্ঞানৰ প্ৰশ্নকাকত আনি আৰম্ভ কৰে পৰীক্ষা। এই বিসংগতিৰ বাবেই পৰীক্ষা ১৫ মিনিট পলমকৈ আৰম্ভ হৈছে
ডি এন হিমতসিংকা হাইস্কুল পৰীক্ষা কেন্দ্ৰত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme