1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:48 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আকস্মিকভাৱে WhatsApp একাউণ্ট নিষিদ্ধ কৰিলে তৎক্ষণাত কৰক এইকেইটা কাম

  • Update Time : Tuesday, October 29, 2024

আজিকালি বেছিভাগ মানুহেই ইনষ্টেণ্ট মেছেজিং এপ হোৱাটছএপ ব্যৱহাৰ কৰে। আজিৰ সময়ত বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ সৈতে সংযোগ স্থাপনৰ এক নতুন আৰু মজাৰ উপায়। কিন্তু, আপুনি নিশ্চয় কেতিয়াবা শুনিছে যে কাৰোবাৰ হোৱাটছএপ একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। হোৱাটছএপৰ নীতি উলংঘা হ’লে কোম্পানীয়ে একাউণ্টটো নিষিদ্ধ কৰে। যদি কোনো ব্যক্তিৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰা হয় তেন্তে ই নিশ্চিতভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

WhatsApp একাউণ্ট নিষিদ্ধ হ’লে কি কৰিব?
বেছিভাগ মানুহেই নাজানে WhatsApp একাউণ্ট নিষিদ্ধ হ’লে কি কৰিব? এনে পৰিস্থিতিত মানুহ খুব চিন্তিত হৈ পৰে। কিন্তু, আমি আপোনালোকক কওঁ যে যদি আপোনাৰ হোৱাটছএপ একাউণ্ট বেন হয় তেন্তে আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই, কেতিয়াবা ভুলতেও হয়। যদি আপোনাৰ একাউণ্ট নিষিদ্ধ হয় তেন্তে হোৱাটছএপৰ পৰা নিষেধাজ্ঞা আঁতৰাবলৈ অনুৰোধ কৰিব পাৰে। WhatsApp এ আপোনাৰ অনুৰোধ পৰীক্ষা কৰিব আৰু যদি আপোনাৰ অনুৰোধ শুদ্ধ পোৱা যায় তেন্তে আপোনাৰ একাউণ্টত থকা নিষেধাজ্ঞা উঠাই লোৱা হব পাৰে।

হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰাৰ কাৰণ:
প্ৰথমে আপোনালোকক কওঁ WhatsApp একাউণ্ট নিষিদ্ধ কৰাৰ কাৰণ। যদি আপুনি হোৱাটছএপৰ নিয়ম উলংঘা কৰে তেন্তে হোৱাটছএপে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে আৰু আপোনাৰ একাউণ্ট নিষিদ্ধ কৰিব পাৰে। ইয়াত স্পেম বাৰ্তা প্ৰেৰণ কৰা, ভুৱা বাতৰি প্ৰচাৰ কৰা বা অশ্লীল বিষয়বস্তু শ্বেয়াৰ কৰাটোৱে আপোনাৰ একাউণ্ট নিষিদ্ধ কৰিব পাৰে।

WhatsApp Supportৰ সৈতে যোগাযোগ কৰক-

১/ হোৱাটছএপৰ হেল্প চেণ্টাৰত গৈ সমস্যাৰ বিষয়ে ইমেইলযোগে জনাব।
২/ আপোনাৰ ফোন নম্বৰ, সম্পূৰ্ণ তথ্য আৰু আপোনাৰ নিষেধাজ্ঞাৰ কাৰণ অন্তৰ্ভুক্ত কৰক।

আপীল
১) হোৱাটছএপত গৈ তদন্তৰ অনুৰোধ কৰক টেপ কৰক।
২/ WhatsApp এ আপোনাৰ অনুৰোধ পৰীক্ষা কৰি অতি সোনকালে সঁহাৰি দিব।
৩) মনত ৰাখিব যে একেটা ফোন নম্বৰ এবাৰহে ভেৰিফাই কৰিব পাৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme