1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 28, 2025, 6:53 am
Trending:
ভাৰতৰ মিছাইল মেন এ পি জে আব্দুল কালামৰ আজি দশম মৃত্যু বাৰ্ষিকী, প্ৰতিগৰাকী ভাৰতীয় আজি সোঁৱৰিছে জনতাৰ ৰাষ্ট্ৰপতিগৰাকীক Découvrez Casino en direct : Jouez et interagissez avec le croupier পবিত্ৰ শাওন মাহৰ নাগ পঞ্চমীৰ দিনা ভুলতো নকৰিব এনে কাম অন্যথা আপোনাৰ পৰিয়ালৰ ওপৰত ৰুষ্ট হ’ব মহাদেৱ ‘খাকী’ত ২০ গৰাকী আৰক্ষী বিষয়াই কৰিব অভিনয়? কি কি থাকিব অতনু ভূঞাৰ ‘খাকী’ত হাৰ্ট এটেক হ’লে এনেদৰে ঘৰত প্ৰদান কৰক প্ৰাথমিক চিকিৎসা Migliori Casinò Non Aams In Italia Sicuri E Con Bonus শৰীৰ লগতে যত্ন লওঁক নিজৰ মনৰো আৰু সুস্থ কৰি ৰাখক নিজৰ স্বাস্থ্যক 1xbet Mobil ile Spor Bahislerinde Hız ve Kolaylık পাঠদান চলি থাকোতেই খহি পৰিল বিদ্যালয়ৰ চাদ, থিতাতে নিহত ৮ গৰাকী কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী একাধিক ৰাজহুৱা সভা, মন্ত্রী-বিধায়কৰে বৈঠকত উজনি অসমৰ উন্নয়ন-বিকাশৰ দিশত গুৰুত্ব প্রদান ড° হিমন্ত বিশ্ব শৰ্মাৰ

অৱশেষত ক্ষমা খুজিলে বিতৰ্কিত ইউটিউবাৰ ৰিতু কলিতাই

  • Update Time : Friday, March 21, 2025

বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল বিতৰ্কিত ইউটিউবাৰ ৰিতু কলিতাক। শিল্পীৰ মাননিকলৈ বিতৰ্কিত মন্তব্য কৰিছিল ইউটিউবাৰ ৰিতু কলিতাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰিতু কলিতাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ। কালিৰ বিয়লিৰ ভাগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশেষত ক্ষমা খুজিলে বিতৰ্কিত ইউটিউবাৰ ৰিতু কলিতাই।
ক্ষমা খুজি মন্তব্য কৰে যে, ‘বিষয়বস্তু মোৰ ভুল নাছিল, কেৱল শব্দকেইটাৰ বাবেহে মই ক্ষমা খুজিছো’। লগতে মন্তব্য কৰে যে, ‘মোৰ সমৰ্থন কৰা সমগ্ৰ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিলো’, ‘অসমবাসীৰ ওচৰত মই চিৰকৃতজ্ঞ’
স্বাস্থ্য পৰীক্ষাৰ বাবে দিছপুৰ আৰক্ষীয়ে লৈ যোৱাৰ সময়ত এই মন্তব্য কৰিলে ৰিতু কলিতাই। স্বাস্থ্য পৰীক্ষাৰ অন্তত যাবলৈ দিয়া হ’ব ইউটিউবাৰ ৰিতু কলিতাক

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme