1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 1, 2025, 5:56 am

অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক

  • Update Time : Sunday, November 17, 2024

যোৰহাটত সংঘটিত হৈ এক আজৱ কাণ্ড
যুৱতীয়ে বিয়া কৰালে সন্তানৰ সৈতে এগৰাকী বোৱাৰীক! মানৱ সমাজত পুনৰ লজ্জিত ঘটনা যোৰহাটত এগৰাকী যুৱতীয়ে বিবাহিত এগৰাকী ৱোৱাৰীক কৰালে বিবাহ।এনে ঘটনাই লজ্জিত কৰিছে পশ্চিম যোৰহাটৰ তিঙিৰমৰা কুমাৰ গাওবাসীক।
যোৰহাটত হোৱা এনে ঘটনাই সমাজ খনক লজ্জিত কৰিছে।যুৱতী চুম্পীৰ সৈতে প্ৰেম হৈছিল বোৱাৰী দিপাঞ্জলীৰ। মাত্ৰ এমাহৰ প্ৰেমত মতলীয়া হৈ দুয়ো মহিলা কিয় এনে লজ্জিত ঘটনা কৰিব লগা হল সেয়া ৰহস্যজনক।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme