1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 2:34 pm

অশুভ দৃষ্টিয়ে কৰিব পাৰে আপোনাৰ জীৱন ধ্বংস!

  • Update Time : Sunday, March 31, 2024

আপোনাৰ ওপৰত মানুহৰ বেয়া দৃষ্টি পৰিছে নেকি, বা নজৰ লাগিছে নেকি আপেনাৰ কেনেকৈ জানিব? ডাঙৰ হওঁক বা সৰুৱে হওঁক,অশুভ দৃষ্টি সকলোৰে ওপৰত পৰিব পাৰে। অশুভ দৃষ্টিৰ প্ৰভাৱত জীৱনত ঋণাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। বহু সময়ত এই লক্ষণীয় দোষে মানুহৰ জীৱন ধ্বংস কৰিব পাৰে। ইয়াৰ কু-প্ৰভাৱৰ বাবে মানুহ অসুস্থ হয়, শক্তি কমি যায় আৰু জীৱনত ইটোৰ পিছত সিটো বেয়া কাম সংঘটিত হৈ থাকে। আপোনাৰ ওপৰত কাৰোবাৰ বেয়া দৃষ্টি আছে নে নাই কেনেকৈ জানিব সেই বিষয়ে জানি লওঁক-
* জ্যোতিষৰ মতে যদি কাৰোবাৰ অশুভ দৃষ্টি আপোনাৰ ওপৰত পৰিছে, তেন্তে মনত ৰাখিব আপুনি জীৱনৰ ইটোৰ পিছত সিটো সমস্যাৰ সন্মুখীন হব। যিয়েই নকৰক বিফলতা আৰু বিৰক্তি আপোনাৰ সংগী হব।
* স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিব। মূৰৰ বিষ অনবৰতে হৈ থাকিব। ইয়াৰ উপৰিও আপুনি নাৰ্ভাছ আৰু অনিদ্ৰা ৰোগত ভুগিব।
* আপোনাৰ ব্যৱসায় বা আপোনাৰ কৰ্মত প্ৰভাৱ পৰিব। ব্যৱসায় বা আপোনাৰ কৰ্মত লোকচান হ’ব, হঠাত হয়তো বন্ধ হৈ যাব।
* দিনৰ দিনটো টোপনি টোপনি ভাৱ আহি থাকিব, হামিয়াই থাকিব।
* কোনো কাম নকৰিলেও এলাহ ভাৱে দিনটো আৱৰি ধৰিব।
* যথেষ্ট পৰিমাণে চুলি সৰিবলৈ ধৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme