1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 5:18 am

অম্বুবাচী মেলাক লৈ জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ, সবিশেষ লিংকত

  • Update Time : Tuesday, June 11, 2024

অম্বুবাচী উপলক্ষে প্ৰশাসনৰ বিশেষ নীতি-নিৰ্দেশনা

🔹অম্বুবাচী মেলাৰ সময়ত নাথাকিব কোনো VIP পাছৰ ব্যৱস্থা
🔹সকলো ভক্তই সাধাৰণ ভক্তৰ দৰেই দৰ্শন কৰিব লাগিব মা-কামাখ্যাক
🔹ভি আই পিসকলেও শাৰি পাতিব লাগিব সাধাৰণ দৰ্শনাৰ্থীৰ দৰেই
🔹সন্ধিয়া ৮ বজাত বন্ধ কৰা হ’ব মা-কামাখ্যা ধামলৈ যোৱা প্ৰৱেশ পথ
🔹বন্ধ কৰি দিয়া হ’ব পাণ্ডু ঘাটৰ পৰা মা-কামাখ্যা ধামলৈ অহা পথ
🔹বন্ধ কৰি দিয়া হ’ব কামাখ্যা গেটৰ পৰা যানবাহনৰ চলাচল
🔹নিৰ্দিষ্ট স্থানত হে বিলাব পাৰিব খাদ্য, ভক্তসকলৰ ভাণ্ডাৰৰ বাবে থাকিব নিৰ্দিষ্ট স্থান

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme