1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 1:12 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

অভিনেতা নহয় নৱপ্ৰজন্মৰ উদয়ীমান যুৱ ক্ৰিকেটাৰৰ প্ৰেমত অভিনেত্ৰী অনন্যা পাণ্ডে

  • Update Time : Sunday, September 15, 2024

অভিনেতা নহয় নৱপ্ৰজন্মৰ উদয়ীমান ক্ৰিকেটাৰ হয় অনন্যা পাণ্ডেৰ ক্ৰাছ

 

ক্ৰিকেটাৰ আৰু বলীউডৰ মাজত পুৰণি সম্পৰ্ক। বলীউডৰ অভিনেত্ৰীসকলে প্ৰায়ে ক্ৰিকেটাৰক বিয়া কৰায়, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা এনে সম্পৰ্কৰ অন্যতম ডাঙৰ উদাহৰণ। এনে পৰিপ্ৰেক্ষিতত কিছুদিন পূৰ্বে ভাৰতীয় অল-ৰাউণ্ডাৰ ৰিয়ান পৰাগ আৰু বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেক লৈ বহু উৰাবাতৰি বিয়পি পৰিছিল। এতিয়া অনন্যা পাণ্ডেই বিৰাট কোহলীক নিজৰ ‘চেলিব্ৰীটি ক্ৰাছ’ বুলি অভিহিত কৰে, তাৰ পাছতেই অনুৰাগীসকল ৰিয়ান পৰাগক লৈ দুখী হৈ পৰে।
এটা সাক্ষাৎকাৰৰ সময়ত অনন্যা পাণ্ডেক সোধা হৈছিল যে আপোনাৰ বৰ্তমানৰ ‘চেলিব্ৰীটি ক্ৰাছ’ কোন? ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কোনো সময় নষ্ট নকৰাকৈয়ে তেওঁ বিৰাট কোহলীৰ নাম ল’লে। অনন্যাৰ এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোৰ কমেণ্টত অনুৰাগীসকলে ৰিয়ান পৰাগক লৈ দুখ প্ৰকাশ কৰা দেখা গৈছে।
কিছুদিনৰ আগতে ৰিয়ান পৰাগৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁ নিজৰ ইউটিউব চেনেলত কিছু লাইভ ষ্ট্ৰীমিং কৰি আছিল। ইফালে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে যেতিয়া চাৰ্চ কৰিবলৈ ইউটিউবৰ চাৰ্চ বক্স খুলিলে, তেতিয়া তেওঁৰ চাৰ্চ হিষ্ট্ৰীত ‘হট অনন্যা পাণ্ডে’ আৰু ‘হট ছাৰা আলী খান’ৰ আবিৰ্ভাৱ ঘটিল। ইয়াৰ ঠিক পিছতেই এই আলোচনা তীব্ৰতৰ হৈ পৰিছিল।

উল্লেখ্য যে, শেহতীয়াকৈ শুভমন গিল আৰু অনন্যা পাণ্ডেই একেলগে এটা বিজ্ঞাপন শ্বুট কৰিছিল। তেওঁলোকৰ দুয়োটা এড শ্বুটৰ ছবি ভাইৰেল হৈ পৰিল। শুভমন গিলৰ সৈতে অনন্যা পাণ্ডেৰ ছবিখনৰ পিছত অনুৰাগীসকলে ৰিয়ান পৰাগৰ বাবে ধেমেলীয়া ধৰণে দুখ অনুভৱ কৰা দেখা গ’ল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme