1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:31 am

অনবৰতে ৰঙা চাহ খোৱাতো শৰীৰৰ বাবে ভাল নে বেয়া?

  • Update Time : Monday, September 2, 2024

চাহ হয়তো বহু লোকৰে প্ৰিয়, বহুতৰ বাবে চাহ আকৌ একপ্ৰকাৰৰ দৰৱেই। এই ধৰক টোপনি ধৰিলে চাহ, গা বেয়া লাগিলে চাহ, মনটো বেয়া লাগিলে চাহ, মন ভাল লাগিলে চাহ, ভাগৰ লাগিলে চাহ। মুঠতে চাহেই চাহ।
দৈনিক ৰঙা চাহ বা নেমুৰ চাহ খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা। যদি কোনো ব্যক্তিয়ে দৈনিক ৫-৮ কাপ চাহ খাই, তেন্তে তেওঁ পেটৰ লগত জড়িত ৰোগ আৰু আন বহুতো শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
আচলতে বেছিভাগ মানুহেই ভাবে যে চাহ খালে এলাহ ভাৱ নাইকিয়া হয়।

. পুৱা ৰঙা চাহ পান কৰিলে হ্ৰাস পাব পাৰে ব্লাড প্ৰেছাৰ। ষ্ট্ৰোকৰ আশংকাও কমে।
. শৰীৰৰ বাবে ভাল কিন্তু ৰঙা চাহ। ইয়াত এনে কিছুমান উপাদান থাকে যিয়ে কলেষ্টেৰল, ট্ৰাইগ্লিছাৰইডছৰ মাত্ৰা হ্ৰাস কৰে।
. ৰঙা চাহে পাচনতন্ত্ৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে।
. ৰঙা চাহ খোৱা লোকৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনাও কমে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme