1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:25 am

অতিমাত্ৰা আলু খাই নেকি? তেন্তে চাওঁক কি কি সমস্যা হ’ব পাৰে!

  • Update Time : Saturday, July 20, 2024

শাক-পাচলিৰ ভিতৰত আলু বেছিকৈ ব্যৱহাৰ কৰা হয়। কিছুমান মানুহে আলু খাই বৰ ভাল পায়। কিন্তু আপোনালোকক জনাওঁ যে আলুৰ স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰে। কাৰণ ইয়াক অতিমাত্ৰা খালে শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
. আলু খালে গেছৰ সৃষ্টি হয়। গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আলু বেছিকৈ খাব নালাগে।
. দৈনিক আলু খালে চৰ্বি বৃদ্ধি হয় আৰু গেছৰ সমস্যা হয়৷
. আলু খালে মেদবহুলতা যথেষ্ট বৃদ্ধি পায়। এনে পৰিস্থিতিত বৰ্ধিত ওজন বন্ধ কৰিব বিচাৰিলে আলু খোৱা বন্ধ কৰিব লাগে৷
. যদি আপুনি চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে আলু খোৱাৰ পৰা বিৰত থাকিব।
. সপ্তাহত চাৰিবাৰ বা তাতকৈ অধিক সিজোৱা বা পিটিকা আলু খাব নালাগে। যাৰ বাবে ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme