1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 23, 2025, 12:32 pm

इन्हें आइना मत दिखाओ, वो आइने को भी तोड़ देंगे- এইবাৰ প্ৰধানমন্ত্ৰীৰ মুখতো কবিতা…

  • Update Time : Monday, February 7, 2022

ডিজিটেল ডেস্কঃ সোমবাৰে সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণেৰে থকা-সৰকা কৰিলে বিৰোধী কংগ্ৰেছক। কোভিডকালীন পৰিস্থিতিত কংগ্ৰেছে সীমাৰ বাহিৰত গৈ কিছুমান কৰা বুলি অভিযোগ উত্থাপন কৰি সদনত প্ৰধানমন্ত্ৰীয়ে কলে- কংগ্ৰেছে নিজৰ কাৰ্যকলাপৰ জৰিয়তে আৰু ১০০বছৰলৈ শাসনলৈ নাহো বুলি ধৰি লৈছে। সেয়েহে আমিও ঠিক কৰিছো আমি জনসেৱা কৰি যাম।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়- কংগ্ৰেছৰ দিনত আচনিসমূহ এটা চেইনৰ জৰিয়তে গৈছিল। কিন্তু এতিয়া সকলো কানেকশ্যন দৰিদ্ৰলোকৰ সৈতে। এয়া নিশ্চয় কংগ্ৰেছে ভাল নাপালেও ৰাইজে ভাল পাইছে। কবিতাৰে কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আওৰালে পংক্তি-

वो जब दिन को रात कहें
तो तुरंत मान जाओ
नहीं मानोगे तो वो दिन में नकाब ओढ़ लेंगे
जरूरत हुई तो हकीकत को थोड़ा बहुत मरोड़ लेंगे
वो मगरूर है.. खुद की समझ पर बेइंतहा
इन्हें आइना मत दिखाओ
वो आइने को भी तोड़ देंगे

প্ৰধানমন্ত্ৰীয়ে লগতে সদনত কয়-  সদনত আলোচিত হব লাগিছিল দেশৰ কথা। কিন্তু আমাৰে দুভাৰ্গ্য সদনত এতিয়া আলোচনা হৈছে দলৰ কথা। এয়া শুভ নহয় দেশৰ বাবে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme