ডিজিটেল ডেস্কঃ সন্দিকৈ কলেজলৈ এতিয়া নাযাব, কিয়নো প্ৰায় সংখ্যক শিক্ষক-শিক্ষাৰ্থীৰ দেহত ওলাইছে কৰোনা। প্ৰশাসনে কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৭দিনলৈ মহাবিদ্যালয়ৰ চৌহদক কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে। প্ৰশাসনে সদৰি কৰা অনুসৰি,
ডিজিটেল ডেস্কঃ অসমীয়া ভাষাৰ বেনাৰ তথা চাইনবৰ্ড আতৰোৱাক লৈ তীব্ৰ বিৰ্তকৰ সৃষ্টি কৰা প্ৰদীপ দত্ত ৰয় বৰ্তমান কাৰাগাৰৰ আলহী। প্ৰায় ২৫গৰাকী অধিবক্তাই আবেদন কৰাৰ পাছতো জামিন লাভ কৰিবলৈ সক্ষম হোৱা
ডিজিটেল ডেস্কঃ গ্ৰন্থমেলাৰ বতৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে গ্ৰন্থমেলাসমূহ৷ গুৱাহাটীত গ্ৰন্তমেলা হ’বনে নহয় এই বিষয়টোক লৈ প্ৰশ্নও উত্থাপিত হৈ আছিল যদিও বুধবাৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি
ডিজিটেল ডেস্কঃ ক’লা লৰাৰ অধ্যায়ৰ সমাপ্তি ঘটিল। নিশাৰ ভাগত আৰক্ষীয়ে ড্ৰাগচৰ ঘাটি দেখুৱাবলৈ ক’লা লৰা ওৰফে নিৰজ দাসক লৈ যোৱা অৱস্থাতে পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হৈছে ক’লা
ডিজিটেল ডেস্কঃ গোৱাত অনুস্থিত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত আইমী বৰুৱাৰ “চেমখৰ”লৈ Special Mention সন্মান প্ৰদান কৰা হৈছে। সদ্যসমাপ্ত ৫২ সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত জনপ্ৰিয় অভিনেত্ৰী
ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰদুষণৰ মাত্ৰা অত্যাধিক হাৰত বৃদ্ধি হৈছে। শেহতীয়াভাৱে দিপাৱলীৰ পিছতেই দিল্লীত প্ৰদূষণৰ মাত্ৰা অত্যাধিক বৃদ্ধি হোৱাত বহুকেইটা অঞ্চলত গৃহবন্দীও হৈছিল জনতা। সোমবাৰে টুইটযোগে সাংসদ গৌৰৱ গগৈয়েও প্ৰদূষণৰ মাত্ৰা
ডিজিটেল ডেস্কঃ কৰোনাৰ তৃতীয় ঢৌঁ আহিব বুলি মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰৰ ভৱিষ্যতদ্বাণী কৰাৰ পাছতে শেহতীয়াকৈ মেডিকেল কলেজৰ ৬৬গৰাকী শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰোনাত৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আক্ৰান্ত হোৱা ৪০গৰাকী শিক্ষাৰ্থীয়ে
ডিজিটেল ডেস্কঃ যুৱ কংগ্ৰেছৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ল অংকিতা দত্তক৷ কংগ্ৰেছৰ নিষ্ঠাবান নেতা প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতাও কংগ্ৰেছৰ দলৰ এগৰাকী সক্ৰিয় কৰ্মী৷ পিতৃৰ সমষ্টি আমবাৰীত নিৰ্বাচনী ৰণত
ডিজিটেল ডেস্কঃ কবিতাৰেই প্ৰান্তীয় লোকসকলৰ বেদনা-ক্ষোভ ইত্যাদিক তুলি ধৰা এজন কবি। কিমান বেছি নিৰ্ভীক হ’লে এজন কবিয়ে কবিতাৰ জৰিয়তে উদঙাই দিব পাৰে সমাজত চলি থকা অন্যায় অবিচাৰৰ একো একোখন দস্তাবেজ।
ডিজিটেল ডেস্কঃ বঙাইগাঁৱত সম্পন্ন হ’ল গুৱাহাটীৰ বাহিৰৰ দ্বিতীয়খন কেবিনেট৷ গুৱাহাটীৰ বাহিৰৰ প্ৰথমখন কেবিনেট হৈছিল ধেমাজিত তাৰ পিচতেই বুধবাৰে দ্বিতীয়খন কেবিনেট বৈঠক সম্পন্ন হ’ল বঙাইগাঁৱত৷ বঙাইগাঁৱত দ্বিতীয়খন কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী