1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 19, 2025, 10:08 pm
Trending:
Site Oficial De Cassino Online At The Apostas No Brasil সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে ওলাই আহিছে শিৱসাগৰৰ ভংগীমা কলা কেন্দ্ৰ শাওন মাহত কৰক তুলসী গছৰ লগত জড়িত এই বিশেষ বিধানটি, সৌভাগ্যৰ দুৱাৰ মুকলি হ’ব আপোনাৰ বাবে O Crescimento Do Cassino Online Tron: Uma Nova Idade No Jogos de Azar Online Page Not Found İddaa Siteleri Checking Out Cardano Gambling Enterprises: The Future of Blockchain Gaming Litecoin Gambling Establishment: A Comprehensive Guide to Crypto Gaming আপোনাৰো স্মাৰ্টফোনত লগাতকৈ বেছি এপ আছে নেকি তেন্তে হওঁক সাৱধান অন্যথা বিপদত পৰিব আপুনি Site Oficial De Cassino Online At The Apostas No Brasil ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা মহাকাশৰ পৰা পৃথিৱীলৈ সুকলমে উভটি আহিল। এই অভিযানত ইছৰোৱে কোটি কোটি টকা ব্যয় কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ইয়াৰ বাবে মহাকাশচাৰী শুভাংশু শুক্লাই কিমান পালে ধন?

সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে ওলাই আহিছে শিৱসাগৰৰ ভংগীমা কলা কেন্দ্ৰ

  • Update Time : Saturday, July 19, 2025

সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা নৱপ্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ শিক্ষাৰে শিক্ষিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি থকা শিৱসাগৰৰ ভংগীমা কলা কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে সন্ধিয়া আয়োজন কৰা হয় ‘চতুৰংগ’ শীৰ্ষক এক মনোজ্ঞ নৃত্যানুষ্ঠান। শিৱসাগৰৰ সংবাদদাতাই যুগুত কৰা তথ্য অনুসৰি শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত আয়েজিত এই অনুষ্ঠানত কলা কেন্দ্ৰৰ শিল্পীসকলে সত্ৰীয়া নৃত্য, কথক নৃত্যকে ধৰি বহুকেইটি নৃত্যানুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে অমৰজ্যোতি দত্তই। অনুষ্ঠানটোত শিৱসাগৰৰ বহু গণ্য মান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানটিৰ জৰিয়তে উঠি অহা প্ৰজন্মই সত্ৰীয়া সংস্কৃতিৰ প্ৰতি অধিক আকৰ্ষিত হ’ব বুলি মত প্ৰকাশ কৰে ভংগীমা কলা কেন্দ্ৰৰ সঞ্চালিকা প্লাৱিতা বৰঠাকুৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme